এভোকাডো খোৱাটো উপকাৰী, ই এটা ছুপাৰফুড।

15 Jan 2026

TV9 ASSAM

এভোকেডোত থকা অধিক চৰ্বিয়ে ডিম্বাশয়ৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ইয়াত অধিক পৰিমাণে মনোঅনচেচুৰেটেড ফেট থাকে যিয়ে প্ৰজনন সুস্থ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

স্বাস্থ্য

প্ৰতিটো ফলৰ ওজন প্ৰায় ২৫০ৰ পৰা ৭০০ গ্ৰাম। মধ্য আমেৰিকা আৰু মেক্সিকোত ইয়াৰ থলুৱা ফল হিচাপে খেতি কৰা হয় আৰু এই অঞ্চলসমূহত ইয়াৰ খেতি বহুলভাৱে কৰা হয়।

এভোকাডো

এই ফলটোৱে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। লগতে চকুৰ দৃষ্টিশক্তিও উন্নত কৰে। এভোকাডোত চৰ্বিও থাকে। অৱশ্যে ই ফল নে পাচলি তাকলৈ প্ৰশ্ন উঠিছে।

এভোকাডো

ইয়াক ব্ৰেকফাষ্টত টোষ্ট বা চালাডৰ লগত খোৱা হয়। ই পাচলি নহয় এটা বিদেশী ফলহে।

ফল

এভোকাডোৱে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। স্বাস্থ্যকৰ চৰ্বি আৰু আঁহৰ পৰিমাণে তৃপ্তি বৃদ্ধি কৰে, অতিমাত্ৰা খাদ্য খোৱা কমায়, আৰু স্বাস্থ্যসন্মত ওজন বজাই ৰখাত সহায় কৰে।

স্বাস্থ্য

এভোকাডোৱে মাহেকীয়াৰ সময়ত গেছৰ সমস্যা কমায়। শৰীৰত ছডিয়ামৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰে।

উপকাৰ

এভোকাডোত পোৱা স্বাস্থ্যকৰ চৰ্বি মগজুৰ কাৰ্য্যক্ষমতা আৰু জ্ঞানশক্তিৰ বাবে উপকাৰী। ই স্নায়ুৰ সঠিক কাৰ্য্যকলাপত সহায় কৰে আৰু জ্ঞানশক্তিৰ অৱনতি ৰোধ কৰাত সহায় কৰিব পাৰে।

উপকাৰ

পঢ়িবলৈ ক্লিক কৰক 

মুখৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি সংগীক?