ভগৱান হনুমান সন্তুষ্ট  হ’লে ভক্তই লাভ কৰে এই সংকেত! 

21 0CT 2025

TV9 ASSAM

বহু সময়ত মানুহৰ মনত এটা প্ৰশ্ন উত্থাপন হয় যে, বজৰংগবলীক পূজা কৰাৰ পিছত কেনেকৈ গ'ম পাব যে হনুমান আপোনাৰ লগত আছে নে নাই?

 হনুমান

জ্যোতিষ শাস্ত্ৰৰ মতে, হনুমানৰ আশীৰ্বাদত সকলো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হয় আৰু ব্যক্তিজনে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰে।

সফলতা

ধৰ্মীয় বিশ্বাস অনুসৰি হনুমানৰ কৃপাত মানুহৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি আহে।

জীৱনত সুখ-শান্তি

হনুমানৰ আশীৰ্বাদ পালে ব্যক্তিৰ ভয় নোহোৱা হয় আৰু নিৰ্ভীক আৰু সাহসী হৈ পৰে বুলি বিশ্বাস কৰা হয়।

ভয়ৰ পৰা মুক্তি 

জ্যোতিষৰ মতে যদি আপোনাৰ হাতত মংগল ৰেখা স্পষ্টকৈ দেখা যায়, তেন্তে সেয়া হনুমান সন্তুষ্ট হোৱাৰ লক্ষণ।

হাতত মংগল ৰেখা

সপোন শাস্ত্ৰৰ মতে সপোনত হনুমান, হনুমান মন্দিৰ, বুণ্ডী, ৰামায়ণ পাঠ বা ভজন-কীৰ্তন দেখাটোও হনুমানৰ আশীৰ্বাদৰ সংকেত।

সপোনত হনুমান 

বিশ্বাস কৰা হয় যে মঙলবাৰে যদি আপোনাৰ ঘৰলৈ বান্দৰ বা বান্দৰৰ জাক আহে, তেন্তে বুজিব যে আপুনি হনুমানৰ আশীৰ্বাদ লাভ কৰিছে।

বান্দৰ

সঘনাই হোৱা আঁঠুৰ বিষ কোনবোৰ ৰোগৰ লক্ষণ? 

চাবলৈ ক্লিক কৰক