9 May 2024
বৰষা ৰাণী বিষয়াই জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ যৌৱনে আমনি কৰে চলচিত্ৰৰ জৰিয়তে অসমীয়া ছবিজগতত খোজ দিয়ে।
এতিয়ালৈ বহু ছবিৰ লগতে ধাৰাবাহিকত অভিনয় কৰি আছে বৰষাই।
কিছুদিন পূৰ্বে গোৱালৈ অৱসৰ-বিনোদনৰ বাবে যোৱা ফটো শ্বেয়াৰ কৰিছে বৰষাই।
পৰিয়ালৰ সৈতে প্ৰায়ে সুবিধা পালে সময় কটায় বৰষাই
প্ৰায়ে ফটো বা ভিডিঅ' সামাজিক মাধ্যমত শ্বেয়াৰ কৰে বৰষাই
অভিনয়েৰে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছিল বৰষাই।
বিভিন্ন ভিডিঅ'ৰ জৰিয়তে সামাজিক মাধ্যমত ব্যক্তিগত জীৱনৰ প্ৰতিটো কথা জনাই যায় অভিনেত্ৰীগৰাকীয়ে।
বৰষাৰ প্ৰতিটো কামতে সহায় কৰে তেওঁৰ স্বামী ভাস্কৰ বৰুৱাই। ৰাইজে তেওঁলোকৰ যুটিটোক বহুত বেছি পছন্দ কৰে।
চাবলৈ ক্লিক কৰক
ফেচবুক খোলাৰ লগে লগে অৰ্থহীন পোষ্টবোৰে দেখা দিয়ে নেকি?