1 Mayl 2024
সামাজিক মাধ্যমত আইমীৰ আছে বহু অনুৰাগী
নিজৰ অভিনয়েৰে অনুৰাগীক মোহাচ্ছন্ন কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে
সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয়, প্ৰায়ে অনুৰাগীৰ বাবে ফটো ভিডিঅ' পোষ্ট কৰি থাকে
কেতিয়াবা যদি পৰিয়ালৰ সৈতে, কেতিয়াবা নিজৰ
ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই অসমৰ সাধুকথা নামৰ এখন তথ্যচিত্ৰত তেজীমলা চৰিত্ৰত অভিনয় কৰিছিল
'প্ৰেম আৰু প্ৰেম' আইমীৰ জীৱনৰ প্ৰথমখন ছবি
২০১১ চনৰ ১ অক্টোবৰত পীযূষ হাজৰিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়
আইমী-পীযূষৰ দুটা সন্তানো আছে
চাবলৈ ক্লিক কৰক