বিগত বছৰত আজিৰ দিনটোতে বিশ্বৰ বুকুত উজলি উঠিছিল বিহু

13 April 2024

বিহুৰ বিশ্ব অভিলেখৰ এটা বছৰ

বিহুৰ ৰেকৰ্ড

সৰুসজাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰিছিল ১১ হাজাৰ ঢুলীয়া–নাচনীৰ বিহু

প্ৰধানমন্ত্ৰী উপস্থিত

একেটা দিনতে অসমে বিহু নৃত্য আৰু ঢোলবাদন এই দুয়োটাতে গঢ়িছিল গীণিজ ৰেকৰ্ড।

দুটা ৰেকৰ্ড

অসম চৰকাৰৰ সহযোগীতাৰ বাবে বিশ্বৰ বুকুত আমাৰ গৌৰৱৰ বিহু উজলি উঠিছিল

চৰকাৰৰ সহযোগ

একে স্থানত ৩০০০ ঢুলীয়াৰ ঢোলবাদনেৰে অভিলেখ স্থাপন কৰিছিল।

ঢুলিয়া

অসমবাসীৰ বাবে এয়া এক গৌৰৱ

গৌৰৱ

য'ত প্ৰধানমন্ত্ৰীয়ে উপস্থিত হৈ দিছিল উৎসাহ 

প্ৰধানমন্ত্ৰী

এই দিনটো আজিও সকলোৰে মনত সজীব হৈ আছে

স্মৃতি

চাবলৈ ক্লিক কৰক

আহি আছে বলীউড- ছাউথৰ ৬খন ডাঙৰ ছবি