বিবাহ উপযোগী যুৱতীৰ বাবে বিশেষ মন্ত্ৰ।

15 AUG 2025

TV9 ASSAM

আপোনাৰ বিবাহত বাৰে বাৰে বাধা আৰু ঠিক হোৱাৰ পিছতো ভাঙি যায় নেকি?

বিবাহ

 তেন্তে বৃহস্পতিবাৰৰ দিনটোত কিছুমান ৰীতি-নীতি অনুসৰণ কৰক।

নিয়ম

ভগৱান বিষ্ণুক পূজা কৰি যদি বিশেষ মন্ত্ৰ জপ কৰে তেন্তে বিয়া হ'ব।

মন্ত্ৰ

ৰাশিফলত যদি আপোনাৰ দোষ আছে তেন্তে সেইবোৰ শুধৰোৱাটো প্ৰয়োজনীয়। 

ৰাশিফল

এই মন্ত্ৰ জপ কৰিলে আগতীয়াকৈ বিবাহৰ সম্ভাৱনা বৃদ্ধি পাব।

বিবাহৰ সম্ভাণা

ॐ देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रिय भामिनि। विवाहं भाग्यमारोग्यं शीघ्रलाभं च देहि मे।।

মন্ত্ৰ

ॐ शं शंकराय सकल जन्मार्जित पाप विध्वंस नाय पुरुषार्थ, चतुस्टय लाभाय च पतिं मे देहि कुरु-कुरु स्वाहा ।।

মন্ত্ৰ

ॐ कात्यायनि महामाये महायोगिन्यधीस्वरि । नंदगोपसुतं देवि पतिं मे कुरु ते नमः ।।

মন্ত্ৰ

জন্মাষ্টমীত এইদৰে জনাওক শুভেচ্ছা

লগতে পঢ়ক