চকুৰ তলত ক’লা দাগ পৰাটো সাধাৰণ সমস্যা।
7 Dec 2025
TV9 ASSAM
চকুৰ তলত ক'লা দাগ পৰিলে সকলোকে বেয়া দেখা হৈ পৰে।
দাগ
সকলোৱে বিচাৰে তেওঁলোকৰ ছালখন সুন্দৰ আৰু জিলিকি থকাটো।
যতন
কিন্তু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে এয়া সম্ভৱ নহয়, ফলত দাগ পৰে।
কাৰণ
আলুত থকা এনজাইম আৰু ভিটামিন চিয়ে ক’লা দাগ কমোৱাত সহায় কৰে।
আলুৰ ৰস দিয়ক
গ্ৰীণ টি বেগত থকা এন্টিঅক্সিডেন্ট আৰু টেনিনে শুকান ভাব কমাই আৰু ছালখনক উজ্জ্বল কৰে।
যতন
এলোভেৰাই ছালখনক হাইড্ৰেট কৰি কোমল কৰি তোলে, ফলত ক’লা দাগ কমি যায়।
যতন
তিয়ঁহৰ প্ৰাকৃতিকভাবে চফা প্ৰভাৱ থাকে যি ছালক শীতলতা আৰু সতেজতা প্ৰদান কৰে।
দাগ আঁতৰাই
লগতে পঢ়ক
কৰোবাত যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু
Learn more