গুপ্তাংগৰ বাৰে বাৰে খজুৱতি উঠে নেকি?

16  Dec 2025

TV9 ASSAM

যৌন সংক্ৰমিত ৰোগৰ ক্ষেত্ৰত আমি এতিয়াও কথা লুকুৱাবলৈ চেষ্টা কৰোঁ। কিন্তু এনেধৰণৰ সমস্যা কেতিয়াও লুকুৱাব নালাগে।

সমস্যা

কিছুমানৰ যৌনাংগত খজুৱতি প্ৰায়ে এই সমস্যা হৈ থাকে, তেওঁলোকে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

উপায়

গুপ্তাংগৰ খজুৱতি অতি সাধাৰণ সমস্যা যদিও বহু পুৰুষ-মহিলাই ইয়াক আওকাণ কৰে বা মুকলিকৈ আলোচনা কৰিবলৈ কুণ্ঠাবোধ কৰে।

ভুল নকৰিব

ই কেৱল শাৰীৰিকভাৱে বিৰক্তিকৰ নহয়, সামাজিকভাৱেও অস্বস্তি অনুভৱ কৰাব পাৰে।

সমস্যা

গুপ্তাংগ খজুৱতিৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল সংক্ৰমণ। য’ত গুপ্তাংগত ক্ষতিকাৰক বেক্টেৰিয়া অতিমাত্ৰা বৃদ্ধি পায়।

কাৰণ

আপোনাৰ ব্যক্তিগত অংশ ভালদৰে চাফা নকৰে, তেন্তে ই খজুৱতিৰ সৃষ্টি কৰিব পাৰে। নিম্নমানৰ চাবোন ব্যৱহাৰ কৰিলে যোনিৰ পি এইচ স্তৰত প্ৰভাৱ পৰিব পাৰে।

সমস্যা

কেতিয়াবা, এলাৰ্জীৰ বাবে গুপ্তাংগৰ খজুৱতি হয়। গুপ্তাংগত ব্যৱহাৰ কৰা সামগ্ৰী যেনে চাবোন, লোচন বা কাপোৰ ধোৱাৰ ডিটাৰজেণ্টেও এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে।

নকৰাত্মক শক্তি

পঢ়িবলৈ ক্লিক কৰক 

HIV পজিটিভ ব্যক্তিয়ে HIV নিগেটিভৰ সৈতে বিবাহ হ’ব পাৰেনে?