ঠাণ্ডাত বহু ব্যক্তিক এলাৰ্জীয়ে যথেষ্ঠ সমস্যাৰ কৰে।
02 NOV 2025
TV9 ASSAM
ঠাণ্ডা আৰু বৰষুণৰ দিনত বহু লোকে হাচি, নাক বন্ধৰ দৰে সমস্যা অনুভৱ কৰে।
শীত
যি লোকৰ ঠাণ্ডাত এলাৰ্জী হোৱাৰ প্ৰৱণতা আছে, তেওঁলোকৰ বাবে শীতকালটো বিশেষ চেলেঞ্জ।
শীত
ঠাণ্ডা পৰিবেশত ধূলি, ধোঁৱা আৰু বায়ুৰ শুকানভাবৰ বাবে এলাৰ্জীৰ প্ৰভাৱ বৃদ্ধি পায়।
শীত
এই ধৰণৰ সমস্যা ৰোধ কৰিবলৈ কিছু সহজ পদক্ষেপ গ্ৰহণ কৰিব পাৰি।
সমস্যা দূৰ কৰক
গৰম কাপোৰ পিন্ধা, ধূলিময় ঠাই এৰাই চলা আদি নিয়ম মানি চলিব লাগে।
সমাধান
ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণে পানী খোৱা, আৰু গৰম চাহ খোৱা আদি কাম কৰিব পাৰে।
উপায়
যদিহে সমস্যা বেছি হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।
সমাধান
লগতে পঢ়ক
শ্বাহৰুখ খানে সৰ্বাধিক উপাৰ্জন কৰা ৬ খন ছবি
Learn more