চুলিখিনি চিকমকিয়া আৰু কোমল কৰিব বিচাৰে নেকি?
16 Nov 2025
TV9 ASSAM
চুলিত ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰা হয় আৰু ইয়াৰ সময়ত এটা ভুল হ’লেও চুলিৰ ক্ষতি হ’ব পাৰে।
উপায়
ইয়াৰ বাবে উপযুক্ত খাদ্যাভ্যাসৰ বাহিৰেও কিছুমান উপাদান অতি ফলপ্ৰসূ।
উপায়
ইয়াৰে এটা হ’ল কণী, কাৰণ ই প্ৰ’টিনৰ এক উৎকৃষ্ট উৎস।
উপায়
চুলিখিনি কোমল আৰু চিকমিকিয়া হোৱাই নহয়, চুলিকো শক্তিশালী কৰে।
উপায়
কণীৰ লগত কিছু উপাদান মিহলাই চুলিত লগালে দুগুণ সুফল পাব পাৰে।
উপায়
কণীৰ লগত মিহলাই আমলখি বা হেনা পাউদাৰ লগাব পাৰে।
উপায়
উফি, মূৰ ফাটি যোৱা, চুলি সৰা আদি সমস্যাও আঁতৰি যাবলৈ আৰম্ভ কৰিব।
উপায়
লগতে পঢ়ক
কুনিকাই মালতীক ‘লেচবিয়ান’ বুলি অভিহিত কৰে!
Learn more