মৃত্যু হ’ব অনুপমাৰ স্বামী অনুজৰ! আধৰুৱা হৈ ৰ’ব প্ৰেম কাহিনী

11 April 2024

প্ৰথম স্বামী বনৰাজৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত অনুজৰ সৈতে প্ৰেম হয় আৰু দুয়ো বিবাহপাশত আৱদ্ধ হয়

অনুজ-অনুপমাৰ কাহিনী

অনুপমাৰ দ্বিতীয় স্বামীৰ শীঘ্ৰেই মৃত্যু হ’ব পাৰে

চৰ্চাত অনুপমা

অনুপমাৰ চৰিত্ৰত অভিনয় কৰা ৰূপালী গাংগুলী আৰু গৌৰৱ খান্নাৰ ধাৰাবাহিকখনে সকলো টিভিৰ অনুষ্ঠাক চেৰ পেলাই আগবাঢ়িছিল

অনুপমাৰ চৰিত্ৰ

প্ৰত্যেকবাৰে অনুপমা ধাৰাবাহিকখন TRPৰ শীৰ্ষত থাকে

TRP

আকৌ এবাৰ অনুপমা অকলে থকা দেখাব পাৰে

টুইচট

যাৰ বাবে অনুজৰ দ্বিতীয় বিবাহ বা তাৰ পিছত মৃত্যু হোৱা দেখাব পাৰে।

অনুজৰ মৃত্য

অনুপমা-অনুজৰ ওচৰ চাপি অহাৰ লগে লগে, অনুষ্ঠানটোৰ ৰেটিংও বাঢ়িবলৈ আৰম্ভ কৰিছে, যেতিয়ালৈকে ৰেটিং বাঢ়ি গৈ থাকে

কিয় জনপ্ৰিয়

অনুজৰ মৃত্যু হোৱাটো অসম্ভৱ। TRPৰ শীৰ্ষত এই ধাৰাবাহিকখন

কি হ'ব

চাবলৈ ক্লিক কৰক

মাইকেল জেকছনৰ ছবি নিৰ্মাণ কৰিবলৈ সাজু সন্দীপ ৰেড্ডী ভাংগা