১১১, ২২২, ৩৩৩ বাৰে বাৰে দেখাৰ অৰ্থ কি জানেনে?

22  OCT 2025

TV9 ASSAM

জ্যোতিষ শাস্ত্ৰত সংখ্যাৰ গুৰুত্ব অধিক। কোৱা হয় প্ৰতিটো সংখ্যাই মানুহৰ জীৱনত প্ৰভাৱ পেলায়। কিছুমান সংখ্যা অতি শক্তিশালী থাকে যিয়ে মানুহক ভাল ইংগিত প্ৰদান কৰে।

সংখ্যা

কেতিয়াবা হঠাতে মোবাইল, ঘড়ী বা ৰাস্তাত কিছুমান বিশেষ সংখ্যা দেখা যায়। যেনে- ১১১, ২২২, ৩৩৩,৫৫৫ আদি। এই নম্বৰবোৰত সংখ্যাজ্যোতিষত এঞ্জেল নম্বৰ বুলি কয়।

সংখ্যা

যদি আপুনি বাৰে বাৰে ১১১ দেখা পায় তেতিয়া ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ জীৱনত কিবা নতুন আৰম্ভণি হ'ব। বা নতুন কাম হাতলৈ আহিব পাৰে। আপোনাৰ সপোন বাস্তৱ হ'ব পাৰে।

১-১-১

যদি  আপুনি বাৰে বাৰে ২২২ দেখা পাই তেন্তে ই শুভ। এই নম্বৰে শান্তি আৰু ধৈৰ্যৰ ইংগিত দিয়ে। বাৰে বাৰে এই নম্বৰ দেখা পালে আপুনি সম্পৰ্কত স্থিৰতা ৰখাত গুৰুত্ব দিব লাগে।

২-২-২

যদি আপুনি বাৰে বাৰে ৩ নম্বৰ দেখা পাই তেন্তে ই শুভ। ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ কেৰিয়াৰত উন্নতি হ'ব পাৰে। কিবা নতুন কৰিব পাৰে আপুনি। নিজৰ দক্ষতাৰ ওপৰত কাম কৰিব লাগে।

৩-৩-৩

যদি আপুনি বাৰে  বাৰে ৪ নম্বৰ দেখা পাই তেন্তে ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ জীৱনত সমস্যা আছে। ইমানেই নহয়, এই সমস্যাবোৰ সমাধান কৰাৰ প্ৰয়োজন।

৪-৪-৪

যদি আপুনি বাৰে বাৰে ৫ নম্বৰ দেখা পাই তেন্তে এয়া শুভ। ইয়াৰ অৰ্থ এয়াই যে আপোনাৰ জীৱনত হঠাতে কিবা শুভ কাম হ'ব পাৰে। ইয়াৰোপৰি আপুনি কিবা লাভ পাব পাৰে।

৫-৫-৫

পঢ়িবলৈ ক্লিক কৰক 

সূৰ্যাস্তৰ পাছত ধাৰলৈ নিদিব এই বস্তু