Amla

মানৱ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য।

4  FEB 2025

TV9 ASSAM

Tv9-Assam-Logo

কোষ্ঠকাঠিন্যৰ সমস্যা থকা লোকে আমলখি খাব নালাগে।

অপকাৰ

শুকান আমলখি পানীত তিয়াই তাৰ ৰস খালে পিত্তৰোগ উপশম হয়।

উপকাৰী

নিয়মীয়া ব্যৱহাৰে চুলি সৰা সমস্যা হ্ৰাস কৰে, চুলিৰ বৃদ্ধি আৰু মজবুত কৰে।

উপকাৰী

নাকৰ তেজ ওলোৱা বেমাৰত ঘিঁউত ভাজি বাহি পানীত বাতি তালুত ভৰণ দিয়াে।

উপকাৰী

চকু ৰঙাপৰা ৰোগত আমলখিৰ ৰস ১/২ টোপাল চকুত দিয়ে।

উপকাৰী

আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদহজম দূৰ হয়।

পেটৰ সমস্যা

– আমলখিৰ ৰসে বমি আৰু হেঁকটি অহা ৰোধ কৰে।

মহৌষধ

চাবলৈ ক্লিক কৰক 

বিশ্ব কৰ্কট দিৱস