ছালকুঁৱৰীয়ে ছাল সতেজ কৰাৰ লগতে, ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত সহায়ক।
16 May 2025
TV9 ASSAM
ছালকুঁৱৰীয়ে বা এলোভেৰাত প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট থাকে।
উপকাৰ
যদি বেছি চুলি সৰাৰ সমস্যা আছে তেন্তে ছালকুঁৱৰী ব্যৱহাৰ কৰক।
উপকাৰ
চুলি উজ্জ্বল আৰু গুড়ি মজবুত কৰে ছালকুঁৱৰীয়ে।
উপকাৰিতা
ছালকুঁৱৰীৰ সৈতে গ্ৰীণ টি মিহলাই ফেচ মাস্ক হিচাপে লগালে ছাল উজ্জ্বল হয়।
উপকাৰিতা
এলোভেৰাৰ ৰস হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল।
উপকাৰিতা
এলোভেৰাৰ ৰস খালে শৰীৰত থকা বিষাক্ত পদাৰ্থৰ পৰা মুক্তি পোৱা যায় ।
উপকাৰিতা
স্বাস্থ্যৰ পৰা সৌন্দৰ্যৰ সৈতে জড়িত সকলো সমস্যা সমাধানত অন্যতম ।
গুৰুত্ব
চাবলৈ ক্লিক কৰক
ভাৰত-পাকিস্তান সংঘাতৰ প্ৰভাৱ
Learn more