আজি ছবিগৃহত মুক্তি পালে পুষ্পা ২।
5 Dec 2024
TV9 ASSAM
ছবিখনৰ পৰিচালক সুকুমাৰৰ বাবে আল্লু অৰ্জুন প্ৰথম পছন্দ নাছিল।
পুষ্পা
ৰশ্মিকাৰ সলনি সুকুমাৰে পছন্দ কৰিছিল সামান্থাক।
সামান্থা
মানিকণ্ট্ৰোলৰ প্ৰতিবেদন অনুসৰি, মহেশ বাবুক মুখ্য চৰিত্ৰত বিচাৰিছিল।
সুকুমাৰে
মহেশ বাবুয়ে চৰিত্ৰটো অভিনয় কৰিবলৈ সংকোচ কৰিছিল।
মহেশ বাবু
কিন্তু এনেধৰণৰ চৰিত্ৰ কৰিবলৈ অস্বীকাৰ কৰিছিল মহেশ বাবুই।
অস্বীকাৰ
মহেশ বাবু-সমন্থাই নকৰাৰ বাবে এই অভিনয় কৰিলে আল্লু আৰু ৰশ্মিকাই।
আল্লু-ৰশ্মিকা
মুক্তিৰ প্ৰথম দিনটোতে সকলো ৰেকৰ্জ ভাঙিলে পুষ্পাৰ দ্বিতীয় খণ্ড পুষ্পা ২।
ৰেকৰ্ড
চাবলৈ ক্লিক কৰক
Indigoৰ খেলিমেলি
Learn more