8 JULY 2025
TV9 ASSAM
Credits: PTI/INSTAGRAM/GETTY
প্ৰথম ইনিংছত আকাশদীপে ৪টা আৰু দ্বিতীয় ইনিংছত ৬টা উইকেট দখল কৰে।
আকাশদীপে এই পৰ্যন্ত টীম ইণ্ডিয়াৰ হৈ কেৱল টেষ্ট ফৰ্মেট খেলিছে আৰু টেষ্ট মেচৰ বাবে ১৫ লাখ টকা লাভ কৰে।
এডজবাষ্টন টেষ্টৰ দ্বিতীয় ইনিংছত আকাশদীপে ৬টা উইকেট দখল কৰিছিল, যাৰ বাবে BCCI-এ খেলুৱৈজনক ৫ লাখ টকাৰ বোনাছ দিছে।
আকাশদীপৰ সম্পত্তিৰ পৰিমাণ ৪০ কোটিৰো অধিক। এইগৰাকী খেলুৱৈয়ে আইপিএলত ভাল পৰিমাণৰ ধন পায়।
আইপিএলৰ দল লক্ষ্ণৌ ছুপাৰজায়েণ্টছে ৮ কোটি টকাত ক্ৰয় কৰিছিল আকাশদীপক।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শেহতীয়াকৈ আকাশদীপে কলকাতাত ২ কোটি মূল্যৰ এটা ফ্লেট ক্ৰয় কৰিছে।
চাবলৈ ক্লিক কৰক