পুত্ৰৰ জন্মৰ পিছত আকৌ এবাৰ মাতৃ হ'বলৈ ওলাইছে নেকি দেৱলীনা ভট্টাচাৰ্য?
29 May 2025
TV9 ASSAM
পুনৰ এবাৰ চৰ্চাত 'গোপী বহু' খ্যাত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য।
গোপী বহু
জিম প্ৰশিক্ষক শ্বানাৱাজ শ্বেইখৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰা বিতৰ্কত অভিনেত্ৰীগৰাকী।
বিতৰ্ক
কিছুদিন পূৰ্বে প্ৰথম পুত্ৰ সন্তানটো জন্ম হয়। এতিয়া আকৌ এটা সন্তানৰ জন্ম হ'ব নেকি?
মাতৃ হ'ব নেকি?
দেৱলীনাৰ প্ৰথম পুত্ৰৰ জন্ম ২০২৪ চনৰ ডিচেম্বৰত হৈছিল।
ডিচেম্বৰত পুত্ৰৰ জন্ম
পুত্ৰৰ জন্মৰ পিছৰ পৰা অভিনয়ৰ পৰা আঁতৰি আছিল দেৱলীনা।
অভিনয়
ছ'চিয়েল মিডিয়াত পুনৰ মাতৃ হ'বলৈ ওলাইছে বুলি একাংশই তেওঁৰ বিষয়ে লিখি আছে।
সত্য কি?
দেৱলীনাই কয় এই কথা সম্পূৰ্ণ মিছা। ৬ মাহ পূৰ্বে মই এটা সন্তান জন্ম দিছোঁহে।
এয়া অসম্ভৱ
চাবলৈ ক্লিক কৰক
SIP ত কেনেকৈ কৰিব জমা?
Learn more