মাহেকীয়াত অত্যাধিক পেটৰ বিষ হয় নেকি?

January 20, 2026

TV9 ASSAM

মাহেকীয়াত বহু মহিলাৰ পেট আৰু কঁকালৰ বিষৰ দৰে সমস্যা হয়। যাৰ বাবে মহিলাসকলে কাম-কাজ কৰাত ষথেষ্ঠ সমস্যাৰ সন্মুখীন হয়।

বিষ

বহু মহিলাই মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ অনুভৱ কৰে, যিটোৰ পৰা সাধাৰণতে আৰাম পোৱাটো কঠিন।

সমস্যা

অত্যাধিক গেছ, চিষ্ট, PCOD আদিৰ দৰে সমস্যা হলেও পেট বিষাব পাৰে।

বিষ

মাহেকীয়াৰ সময়ত গৰম পানী খোৱা অভ্যাস কৰিব লাগে। আপোনাৰ তলপেটত গৰম পানীৰ বেগেৰে সেক দিয়ক বা গৰম ভাপ প্ৰয়োগ কৰক।

বিষ

ঋতুস্ৰাৱৰ সময়ত মহিলাসকলেও গেছৰ সমস্যা বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে, যাৰ ফলত তেওঁলোকৰ পেটত বিষ হোৱাৰ সম্ভাৱণা থাকে। ইয়াৰ পৰা মুক্তি পাবলৈ আপোনাৰ পাকঘৰত থকা জিৰা হৈছে উত্তম বিকল্প।

জিৰা

অসহ্যকৰ বিষৰ বাবে ঋতুস্ৰাৱৰ সময়ত কাম কৰাটো কঠিন হৈ পৰে। গতিকে এই বিষৰ পৰা সকাহ পাবলৈ এচামুচ মৌ আৰু আদাৰ ৰস মিহলাই একেলগে খাব লাগে।

মৌ

মাহেকীয়াৰ বিষৰ বাবে কেৱল আদা ব্যৱহাৰ কৰিলেও সুফল পোৱা যায়। ইয়াৰ বাবে মিহিকৈ কটা আদাৰ টুকুৰা আধা গিলাচ পানীত উতলাই লওক।

উপকাৰ

পঢ়িবলৈ ক্লিক কৰক

বাঢ়িব স্মৃতি শক্তি, সৰস্বতী পূজাৰ দিনা শিক্ষাৰ্থীসকলে কৰক এই কাম!