TV9 ASSAM
Credits: Getty Images
বহুতে কেতিয়াবা অতিৰিক্ত খাদ্য গ্ৰহণ কৰে । কিন্তু আপুনি জানেনে যে, বেছিকৈ খালে শৰীৰত কি প্ৰভাৱ পৰে ?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত হোৱা ৫ টা বিপদজনক ৰোগ হ’ব পাৰে? জানক কি কি হ’ব পাৰে?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত মেদবহুলতা হ’ব পাৰে। মেদবহুলতাই উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
বেছিকৈ খালে শৰীৰৰ ইনচুলিনৰ ভাৰসাম্য বিঘ্নিত হয়। ইয়াৰ ফলত চুগাৰৰ মাত্ৰা বৃদ্ধি পায় আৰু টাইপ ২ ডায়েবেটিছ বাঢ়িব পাৰে।
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পায় আৰু ভাল কলেষ্টেৰল হ্ৰাস পায়। আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
অতিমাত্ৰা খাদ্য খালে শৰীৰত চৰ্বি বৃদ্ধি পায়, যি ক্ৰমান্বয়ে লিভাৰত জমা হ’বলৈ আৰম্ভ কৰে। ফলত ফেটি লিভাৰ হোৱাৰ সম্ভাৱনা থাকে ।
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এলেহুৱা অনুভৱ হয় আৰু শক্তিৰ অভাৱ হয়। ইয়াৰ উপৰিও হতাশাৰ দৰে সমস্যাও হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক