এই ৫ টা অভ্যাসে চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব

November 25, 2025

TV9 ASSAM

সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। জিনীয় কাৰকৰ লগতে অনিয়ন্ত্ৰিত জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসে এই সংখ্যা আৰু বৃদ্ধি কৰিছে।

ডায়েবেটিছ

বহুতে চুগাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ কঠোৰ খাদ্যাভ্যাস পালন কৰে। কিন্তু কিছুমান দৈনন্দিন অভ্যাসৰ দ্বাৰা চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

খাদ্যাভ্যাস

দৈনন্দিন খাদ্যত প্ৰটিন থকাটো গুৰুত্বপূৰ্ণ। বিশেষজ্ঞৰ মতে, দৈনিক ২৫-৩০ গ্ৰাম প্ৰটিন খালে চুগাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

প্ৰটিন

ব্ৰেকফাষ্ট হওক বা দুপৰীয়াৰ আহাৰ, আৰম্ভণিতে আঁহ আৰু প্ৰটিন অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ পিছত কাৰ্বহাইড্ৰেট অন্তৰ্ভুক্ত কৰক।

ব্ৰেকফাষ্ট

দৈনিক ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস কৰক। ইয়াৰ ফলত গ্লুক’জ শৰীৰত জমা হ’ব নোৱাৰে, ইনচুলিনৰ সহায় অবিহনে শক্তিলৈ ৰূপান্তৰিত হয়। হজম শক্তি ভাল।

খোজ কঢ়া

ৰাতি ভালকৈ টোপনি যোৱাটো অতি প্ৰয়োজনীয়।  টোপনিয়ে ইনচুলিনৰ সংবেদনশীলতা ৩০ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰে।

টোপনি

হতাশা, উদ্বেগ, চিন্তা আদিৰ আঁৰত কৰ্টিছল হৰম’ন থাকে। এইবোৰে ইনচুলিনৰ সংবেদনশীলতাত প্ৰভাৱ পেলায়। চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ মানসিক চাপ কমোৱাটো গুৰুত্বপূৰ্ণ।

মানসিক চাপ 

পঢ়িবলৈ ক্লিক কৰক

আপোনাৰ ফেটি লিভাৰ হৈছে নেকি কেতিয়া নিশ্চিত হ'ব ?