আগতীয়াকৈ শালমইনা সমস্যা ৰোধ কৰাৰ উপায়

17 June 2025

TV9 ASSAM

Photos Credit: Getty Images

শালমইনাৰ অন্যতম কাৰণ পেটৰ উত্তাপ। পেটৰ গৰমৰ বাবে ঘাম ওলায়। ঘামৰ লগতে মলি আৰু বেক্টেৰিয়াই মুখৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে। যাৰ ফলত শালমইনা ওলাব পাৰে।

অন্যতম কাৰণ

পেটৰ উত্তাপ মুখত পিম্পল উঠাৰ অন্যতম কাৰণ যদিও শৰীৰৰ হৰম’নৰ পৰিৱৰ্তনৰ ফলতো এই সমস্যা সৃষ্টি হয়। 

হৰম’নৰ পৰিৱৰ্তন

পেট পৰিষ্কাৰ নোহোৱা আৰু শৰীৰত মলি জমা হোৱাৰ ফলত মুখৰ ছালত শালমইনাৰ সমস্যা হয় । 

শৰীৰত মলি জমা

পেট শীতল কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে আৰু শৰীৰত হাইড্ৰেট কৰি ৰাখিব লাগে।

পানী খাব লাগে

টেঙা আৰু চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে । খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজন ।

খাদ্যাভ্যাস

ঠাণ্ডা পানীৰে গা ধুব। ছালৰ সঠিক যত্ন লওক। ছাল পৰিষ্কাৰ আৰু শুকান কৰি ৰাখক। এই অভ্যাসে শালমইনা সমস্যা ৰোধ কৰিব ।

 ছালৰ সঠিক যত্ন

মানসিক চাপ কমাই পৰ্যাপ্ত পৰিমাণে টোপনি যাওক। মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিলে এই সমস্যা কেতিয়াও নহয় ।

মানসিক চাপ

পঢ়িবলৈ ক্লিক কৰক

মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়