জুবিন ক্ষেত্ৰকলৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে,ভূপেন হাজৰিকাৰ সমন্বয় ক্ষেত্ৰৰ সমপৰিমাণৰ মাটি জুবিন ক্ষেত্ৰলৈও দিয়া হ'ব।