আজি যোৰহাটত অনুষ্ঠিত হৈছে জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ। প্ৰাণৰ শিল্পীগৰাকীৰ চিতাভষ্মত শ্ৰদ্ধাঞ্জলি গৰিমা গাৰ্গ আৰু গুণমুগ্ধৰ। জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সৰ্বধর্মীয় প্ৰাৰ্থনাৰে আৰম্ভ হৈছে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধৰ ৰীতি-নীতি।