অৱশেষত গ্ৰেপ্তাৰ হয় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আজি পুৱা ভাগতে এই দুয়োগৰাকী অভিযুক্তক গুৱাহাটীলৈ অনা হয়। CJM ৰ আগত হাজিৰ কৰি দুয়োকে CID কাৰ্যালয়লৈ লৈ যোৱা হয়। এই সময়ত CID কাৰ্যালয়ৰ সমুখত দেখা যায় কটকটীয়া নিৰাপত্তা।