অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। আজি CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে সঞ্জীৱ নাৰায়ণ। CID এ জেৰা কৰিব সঞ্জীৱ নাৰায়ণকো। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত SIT-এ জেৰা চলাব সঞ্জীৱ নাৰায়ণক । জুবিন গাৰ্গৰ দুৰ্ঘটনাৰ সময়ত ছিংগাপুৰত আছিল সঞ্জীৱ নাৰায়ণ।