আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। সোণাপুৰৰ জুবিনক্ষেত্ৰত ভিৰ অনুৰাগীৰ। এগছি বন্তি জ্বলাই জনালে জন্মদিনৰ শুভেচ্ছা। জুবিনক্ষেত্ৰত কেক কাটি উদযাপন কৰিলে প্ৰাণৰ শিল্পীৰ জন্মদিন। জুবিনবিহীন প্ৰথমটো ওপজা দিনত সমস্বৰে আকুল আকুতিৰে পৰিৱেশন কৰিলে ‘মায়াবিনী’।