সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচন। এতিয়া নিৰ্বাচনকলৈ সাজু হৈছে শাসক বিৰোধী। আজি মুখ্যমন্ত্ৰীয়ে কয়, অবৈধ বাংলাদেশী ভোটাৰক বাদ দি কোনজন খিলঞ্জীয়া মানুহে কংগ্ৰেছক ভোট দিয়ে?