মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “SR ক লৈ চিন্তা কৰিবলগীয়া কথা একো নাই। অন্য ঠাইৰ ভোটাৰ যদি অসমলৈ আহে, তেন্তে তেওঁলোকক কোনে খুৱাব? ক’ত থাকিব? খৰচ কোনে বহন কৰিব? কা’ আন্দোলনৰ সময়ত কংগ্ৰেছে একেধৰণৰ উৰাবাতৰি বিয়পাইছিল, এক কোটি মানুহ অসমত প্ৰৱেশ কৰিব বুলি দাবী কৰিছিল। এইবাৰ তেওঁলোকে মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰে।"