আজিকালি ডায়েবেটিছত বহু লোক আক্ৰান্ত । আইচিএমআৰৰ তথ্য অনুসৰি ভাৰতত ১০ কোটিৰো অধিক ডায়েবেটিছ ৰোগী আছে।