লঙে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে। ইয়াৰোপৰি লং খোৱাৰ ফলত দাঁতৰ লগত জড়িত বিভিন্ন সমস্যা কম হ'ব পাৰে।