বাক্সাত হোৱা হিংসাত্মক ঘটনাৰ পাছত মুখ্যমন্ত্ৰীয়ে আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত শৰ্মাই কয় যে, ন্যায় বিজেপিয়ে দিব। কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাওঁ। ন্যায় পাবনে নাপাই বুলি ভয় খাব নালাগে। ১০০ শতাংশই ন্যায় পাব। এয়া মোৰ সংকল্প। ন্যায় দিহে এৰিম বুলি কয় মুখ্যমন্ত্ৰীয়ে।