কংগ্ৰেছৰ অভিযোগ, ভোটচুৰিৰে বিহাৰৰ নিৰ্বাচন জয়ৰ পাছত এইবাৰ নৰেন্দ্ৰ মোদী আৰু জ্ঞানেশ কুমাৰৰ টাৰ্গেটত অসমৰ বিধানসভা নিৰ্বাচন। SR ক অস্ত্ৰ হিচাপে লৈ ভুৱা ভোটাৰ সৃষ্টি কৰিব বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে শুকুৰবাৰে গুৱাহাটীত নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি উদয় ভানু চিবৰ উপস্থিতিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰে।