ৰাজ্যত সংঘটিত হৈছে আন এক শোকাৱহ দুৰ্ঘটনা। মহা নৱমীৰ দিনা নিশা টীয়কত দুৰ্ঘটনাত পতিত ভগামুখ আৰক্ষীৰ বাহন। পথৰ দাঁতিৰ দ' খাৱৈত বাগৰি পৰিল আৰক্ষীৰ বাহন। দুৰ্ঘটনাত নিহত হয় ভগামুখ থানাৰ OC সত্যেন্দ্ৰ মালাকাৰ।