<!--StartFragment --> <p class="pf0"><span class="cf0">আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। পুৱাৰে পৰা বাবা বিশ্বকৰ্মাৰ পূজা</span><span class="cf1">–</span><span class="cf0">অৰ্চনাত ব্যস্ত ভক্তসকল। প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানত, ব্যৱসায়িক প্ৰতিষ্ঠানত আয়োজন কৰা হৈছে বিশ্বকৰ্মা পূজা।</span></p> <!--EndFragment -->