ষ্ট্ৰোকৰ লক্ষণৰ বিষয়ে জনা দৰকাৰ। বহু ইয়াক সাধাৰণ বুলি আওকান কৰা দেখা যায়। ষ্ট্ৰোকৰ কেইটামান সাধাৰণ লক্ষণ- মূৰ ঘূৰোৱা, দৃষ্টিশক্তি ম্লান হোৱা, শৰীৰৰ কোনো অংশত দুৰ্বল অনুভৱ কৰা, ভাৰসাম্য হেৰুৱাই পেলোৱা আদি। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল। অধিক জানিবলৈ এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।