আজি পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস। চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ তম জন্ম জয়ন্তী উপলক্ষে অসম আৰক্ষীয়ে একতাৰ দৌৰ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ঐক্যৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।