আজি শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম্ আবিৰ্ভাৱ তিথি। এই উপলক্ষে ৰাজ্যৰ সত্ৰ-নামঘৰত গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত নাম-কীৰ্তন কৰা হয়। বিভিন্ন ঠাইত গুৰুজনাৰ নামত ধৰ্মীয় ৰেলী কৰা হয়। উল্লেখ্য যে, অসমীয়া জাতীয় জীৱনত শংকৰদেৱৰ মহত্ব অধিক।