১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গৰ মৃত্যুৰ গোৰচত মূল অভিযুক্ত এই দুয়োগৰাকীকে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। শ্যামকানু-সিদ্ধাৰ্থক গ্ৰেপ্তাৰ সন্দৰ্ভত সমুজ্জল ভট্টাচার্যৰ প্ৰতিক্ৰিয়া। কঠোৰ শাস্তি প্ৰদানৰ দাবী।