আজি মুক্তি পালে জুবিন গাৰ্গৰ বহু প্ৰত্যাক্ষিত ছবি 'ৰৈ ৰৈ বিনালে'। বহু দৰ্শকে আধাতে সামৰি ছবিগৃহৰ পৰা ওলাই আহিছে। কিয়নো প্ৰিয় কণ্ঠশিল্পীজনক চাব পৰা নাই।