ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত যোগদান অনুষ্ঠান। বিজেপি যুৱ মৰ্চাৰ উদ্যোগত এই যোগদান কাৰ্যসূচী। প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত। উক্ত অনুষ্ঠানতেই জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাৰ জ্যেষ্ঠ কন্যা আয়ুষ্মিতা ডেকাই বিজেপি দলত যোগদান কৰে। USA ত উচ্চ শিক্ষা গ্ৰহণ কৰি তাতেই কৰ্ম জীৱনৰ পাতনি মেলিছিল। মাতৃ ভূমিত সেৱা আগবঢ়াই নিবৰ বাবে স্ব ভূমিলৈ ঘূৰি আহি বিজেপি দলত।