সাংবাদিকৰ কেমেৰা ভাঙিম বুলি কোৱা নিলোৎপল বৰাক জেৰা দিছপুৰ আৰক্ষীৰ। ৬ ঘণ্টা ধৰি দিছপুৰ আৰক্ষীয়ে জেৰা চলালে নিলোৎপলক আৰক্ষীৰ সন্মুখত লিখিত ৰূপত ৪ পৃষ্ঠাৰ জোৰা ক্ষমা বিছাৰ নিলোৎপলে। সাংবাদিক ভবিষ্যতে অপমানসূচক মন্তব্য নকৰাৰ দিয়ে লিখিত প্ৰতিশ্ৰুতি।