সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত মৰাণ জনগোষ্ঠীৰ ছটাকৈ জাতীয় সংগঠনৰ সহযোগত আজি পুৱা ৫ বজাৰ পৰা পুনৰ অনিৰ্দিষ্টকালীন অৰ্থনৈতিক আন্দোলন। বন্ধ কৰি দিয়া হৈছে তিনিচুকীয়া জিলাৰ পৰা তেল, কয়লা, চাহ, কাঠ ইত্যাদি সম্পদৰ ৰপ্তানি।