মহিলাৰ ক্ৰিকেট বিশ্বকাপ জয়ৰ পাছত ভাৰতীয় দলৰ সদস্যা উমা চেত্ৰীক সম্বৰ্ধনা জনালে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। এই উপলক্ষে উমা চেত্ৰীৰ ঘৰত উপস্থিত হয় অজাপৰ নেতাগৰাকী।