<p class="short_desc">চৰাইদেউৰ সাপেখাতীত পিঞ্জৰাবদ্ধ হৈছে প্ৰকাণ্ড নাহৰফুটুকী । দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি আহিছিল বাঘটোৱে । দেওবাৰে সাপেখাতী বিহুবৰ চাহ বাগিচাত বন বিভাগে পতা পিঞ্জৰাত আৱদ্ধ হয় বাঘটো।</p>