১ কোটি টকাৰ প্ৰাইজমানীৰে ২৫ তম ছাৰ্ভ মাষ্টাৰ্ছ গল্ফ প্ৰতিযোগিতাত ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱ উপস্থিত হয়।