মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইংগিত দিয়ে যে, অতি শীঘ্ৰেই “বাবু আঁচনি” আৰু সাংবাদিক সমাজৰ বাবে নতুন বিশেষ আঁচনি মুকলি কৰা হ’ব পাৰে। এই বিষয়ত ৰাজ্য চৰকাৰে চিন্তা কৰিব বুলিও জনাই মুখ্যমন্ত্ৰী শৰ্মাই।