যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ। আজি কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়চোৱাত SRৰ যোগেদি ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতিৰ অভিযোগ। আজি দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সতো মহানগৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই সময়চোৱাত দলটোৱে বিজেপিক উদ্দেশ্য কৰি বিভিন্ন মন্তব্য কৰে।