আজি নৱবৰ্ষৰ পহিলা দিন। সমগ্ৰ বিশ্ববাসীয়ে আজি পালন কৰিছে ইংৰাজী নৱবৰ্ষ। এই উপলক্ষে কিছুমান পাৰ্টি কৰিছে, কিছুমানে ফুৰিবলৈ গৈছে আৰু কিছুমান মন্দিৰ দৰ্শন কৰে। নতুন বছৰক লৈ সকলোৰে নিজা নিজা আশা থাকে। সকলোৱে বিচাপে নতুন বছৰটি ভালদৰে পাৰ হোৱাতো। ইয়াৰ মাজতে আজি ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলে উজ্জেনৰ মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰা দেখা যায়। তেওঁলোকে ভস্ম আৰতিত অংশগ্ৰহণ কৰে।