যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। কিন্তু আজিকালি যকৃতৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। যকৃতৰ সমস্যাৰ বিভিন্ন প্ৰকাৰ আছে। আনকি যকৃতৰ কৰ্কট ৰোগ হোৱাও দেখা যায়। কিন্তু আপুনি বিভিন্ন উপায়ে ইয়াৰ সম্ভাৱনা কিছু হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে ভাল খাদ্য, তেলযুক্ত বস্তু পৰিহাৰ, ব্যায়াম আদিৰ প্ৰয়োজন। গতিকে যকৃত কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি ইয়াৰ বিষয়ে জনা দৰকাৰ।