নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ মানুহৰ মূল চিন্তা হৈছে মিঞা। যিয়েই মিঞাক সমৰ্থন কৰে, অসমৰ মানুহে কেতিয়াও তেওঁৰ পক্ষ নলয়। জুবিন গাৰ্গৰ নামত একাংশই ৰাজনীতি কৰি আছে, যাতে বেদখলকাৰীক উচ্ছেদৰ পৰা বচাব পাৰে। তাত জুবিনৰ প্ৰতি কোনো ভালপোৱা নাই।”